আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন দুই অসমীয়া লাভলীনা বৰগোঁহাই আৰু শিৱ থাপাৰ

A

নিউজ ডেস্ক:

অসমবাসীলৈ ভাল খবৰ।আইবা বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন দুই  অসমীয়া অলিম্পিক জয়ী  বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাৰ।
ছাৰ্বিয়াত  ২১অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ অনুষ্ঠিত হ’ব আইবা বিশ্ব চেম্পিয়নশ্বিপ।

উল্লেখ্য  যে টকিঅ' অলিম্পিকৰ সফল প্ৰদৰ্শন বাবে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অৱতীৰ্ণ নোহোৱা কৈ ছাৰ্বিয়াৰ বিশ্ব বক্সিং চেম্পিয়ন শ্বিপলৈ ভাৰতীয় দলত স্থান লাভ কৰিছে।

বৰ্তমান বাংগালুৰুত অনুশীলনত ব্যস্ত হৈ আছে লাভলীনা।

Your Comments