ৰাজ্যত ১৪জনকৈ তালিবান সমৰ্থকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

A

নিউজ ডেস্ক:


তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ ১৪জনকৈ লোক।অসম আৰক্ষীয়ে ৰাজ্যৰ  বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰিছে।

উল্লেখ্য  যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তালিবান সমৰ্থনকাৰী কেইজন হৈছে- দৰং জিলাৰ মৌলানা ফজল কৰিম(৪৯), কামৰূপ(গ্ৰা)ৰ আবু বক্ৰ ছিদ্দিকী(৫৫) আৰু ছাইদুল হক(২৯), জাভেদ মজুমদাৰ কাছাৰ,  বৰপেটাৰ মজিদুল ইছলাম(২৫), ফাৰুক হুছেইন খান(৩২), ধুবুৰীৰ চাইয়দ আহমেদ (২৭), আৰমান হুছেইন(২৫), নাদিম আখতাৰ(২৩)হাইলাকান্দিৰ, খান্দাকাৰ নুৰআলম দক্ষিণশাল মৰা, গোৱালপাৰাৰ মৌলানা য়াচীন খান(২৬), মৌলানা ৱাচিৰউদ্দীন লস্কৰ(৬৫) হোজাই, মুজিৱ উদ্দীন আৰু মূৰতাজা হুছেইন খান কৰিমগঞ্জ।

শেহতীয়া ভাৱে আফগানিস্তান তালিবানে দখল কৰাৰ পাছতে এইসকলে তালিবানক সমৰ্থন কৰিছিল।B

Your Comments