মিজো আক্ৰমণত নিহত অসম আৰক্ষীৰ ৬ পৰিয়ালক নিযুক্তি পত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ

A

নিউজ ডেস্ক:

মিজোৰাম দখলৰ পৰা অসম ভূমি ৰক্ষা কৰিবলৈ গৈ মিজো আৰক্ষীৰ হাতত প্ৰাণ হেৰুৱা অসম আৰক্ষীৰ ছয় শ্বহীদ পৰিয়ালক সংস্থাপন।ৰাজ্য চৰকাৰে শ্বহীদ আৰক্ষীৰ নিকটাত্মীয়ক নিযুক্তি প্ৰদান।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰদান কৰে নিযুক্তি পত্ৰ।খানাপাৰা অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত নিযুক্তি পত্ৰ বিতৰণ কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাছাৰৰ লাইলাপুৰত মিজো আক্ৰমণত নিহত হৈছিল অসম আৰক্ষীৰ ৬জনকৈ বিষয়া-জোঁৱান।

Your Comments