 
নিউজ ডেস্ক :
কংগ্ৰেছ ত্যাগ কৰি কলিকতা তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত সুস্মিতা দেৱ।তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জীক সাক্ষাতৰ অন্তত ডিঙিত অংগবস্ত্ৰ লৈ ওলাই আহিল সুস্মিতা।
উল্লেখ্য যে কংগ্ৰেছ ত্যাগী শক্তিশালী নেত্ৰী গৰাকীৰ নতুন যোগদানক লৈ আৰম্ভ হৈছিল ব্যাপক চৰ্চা।
- Log in to post comments
- 13 views
 
     
 
 
 
 
 

 
 
 
 
 
 
 
 
 
