লাভলীনাই আজি নৈশ আহাৰ ক'ত গ্ৰহণ কৰিব! পঢ়ক

A

নিউজ ডেস্ক:

দেশৰ গৌৰৱ অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই গুৱাহাটী ৰেডিছন ব্লুট নৈশ আহাৰ গ্ৰহণ কৰিব।অসম বক্সিঙ এচ’ছিয়েচনে আয়োজন কৰা নৈশ আহাৰ গ্ৰহণ কৰিব লাভলীনাই ৷কলাক্ষেত্রত অসম চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণ কৰিয়েই  ৰেডিচন ব্লুলৈ যাব লাভলীনা।

উল্লেখ্য  যে বৃহস্পতিবাৰে পুৱা দিল্লীৰ পৰা বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয় লাভলীনা ৷মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় বক্সাৰ গৰাকীক।

Your Comments