উপ-নির্বাচন সন্দৰ্ভত কংগ্ৰেছৰ বিশেষ মহিলা কমিটি গঠন

A

Bনিউজ ডেস্ক :

ৰাজ্যৰ উপ-নির্বাচনক লৈ ব্যাপক তৎপৰতা কংগ্ৰেছৰ।বুথ পৰ্য্যায়ৰ পৰা সংগঠন শক্তিশালী উদ্দেশ্যৰে উপ-নিৰ্বাচন হ'ব লগা পাঁচটা সমষ্টিত গঠন কৰা হৈছে মহিলা কংগ্ৰেছৰ ব্লক, মণ্ডল, বুথ তত্বাৱধায়িকা।

মৰিয়নি সমষ্টিৰ নিভাঁ কোঁৱৰক উপদেষ্টা, মাজুলী সমষ্টিৰ বালিকা পেগু তত্বাৱধায়িকা, থাওৰা সমষ্টিৰ মীনা তেলী, শেৱালি বৰুৱা, গীতা চৌহান, দীপ্তি হাজৰিকা, প্ৰেৰণা ফুকন, ভাৰতী শইকীয়া, যুগস্মিতা তালুকদাৰ, নৱস্মিতা সন্দিকৈ, মেহজাবিন ইছলাম, তামুলপুৰ সমষ্টিৰ মীৰা বৰঠাকুৰ তত্বাৱধায়িকা, গোঁসাইগাঁও সমষ্টিৰ বিনু বুঢ়াগোহাঁই প্ৰমুখ্যে বহু কেইজন সদস্যা।

Your Comments