অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰা ক'ভিডত আক্রান্ত

Atul Bora

অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ক'ৰ’নাত আক্রান্ত। অসম গণ পৰিষদৰ সভাপতি গৰাকীয়ে ক’ভিডত আক্রান্ত হোৱাৰ কথা আনুষ্ঠানিক ভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

উল্লেখ্য যে চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পৰা আৰম্ভ কৰি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল মন্ত্ৰী বৰাই। ইয়াৰোপৰি দুদিন পূৰ্বে মিজোৰাম চৰকাৰ আৰু ছাত্ৰ সংগঠনৰ সৈতে অসম-মিজোৰামৰ শেহতীয়া সংঘাত সন্দৰ্ভত আলোচনাত বহিছিল তেওঁ।

Post from Atul Bora

ইফালে ক’ভিডত আক্রান্ত হোৱাৰ পিছতে বৰাই সংস্পৰ্শলৈ অহা সকলোকে সতৰ্কতা অৱলম্ব কৰাৰ আহ্বান জনায়।

Your Comments