নিউজ ডেস্ক:
অসম-মেঘালয়ৰ সীমা সমস্যাৰ সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা মিলিত হ’ব গুৰুত্বপূৰ্ণ বৈঠকত।
গুৱাহাটী তাজ ভিভাণ্টাত দিনৰ ১২বজাত মিলিত হ’ব মুখ্যমন্ত্ৰী দুগৰাকী।
গুৰুত্বপূৰ্ণ কথা যে অসম-মিজোৰাম সীমা সমস্যাক লৈ উত্তাল হৈ থকা সময়তে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব ডঃ শৰ্মা।
- Log in to post comments
- 9 views