উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা, পঢ়ক

A

নিউজ ডেস্ক:


সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষ ৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ  বাবে পতা হ’ব বিশেষ পৰীক্ষা ।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাননী যোগে ঘোষণা কৰিছে এই কথা।

বুধবাৰে সংসদে ঘোষণা কৰা মতে বিশেষ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণ ৯ আগষ্টৰ পৰা ১৬ আগষ্টলৈ কৰিব পাৰিব।

ক'ৰনা সৃষ্ট পৰিৱেশৰ বাবে বিশেষ মূল্যাংকন ব্যৱস্থাৰে ঘোষণা কৰা হৈছিল ফলাফল।

Your Comments