অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নামভৰ্তিৰ পৰ্টেল মুকলি

A

নিউজ ডেস্ক :

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰিলে নামভৰ্তিৰ অনলাইন পৰ্টেল।

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে মুকলি কৰিছে অনলাইন পৰ্টেলটো।'দৰ্পণ' নামেৰে অনলাইন পৰ্টেলটোত নামভৰ্তিৰ তথ্যসমূহ উপলব্ধ হ'ব।

গুৰুত্বপূৰ্ণ কথা এই যে সংসদৰ অধীনৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগত সাজু কৰা হৈছে  পৰ্টেলটো।

Your Comments