ভাৰতবৰ্ষৰ ক’ৰ’না পৰিস্থিতি, জানো আহক

Corona virus

যোৱা ২৪ঘন্টাত ভাৰতত ক’ৰ’নাত আক্ৰান্ত হৈছে ৩০হাজাৰ ৫৪৯গৰাকী লোক । এই ২৪ ঘণ্টাত ৩৮হাজাৰ ৮৮৭গৰাকী ক’ৰ’না ৰোগী সুস্থ হোৱাৰ বিপৰীতে ৪২২গৰাকী ক’ৰ’না ৰোগীৰ মৃত্যু হৈছে ।

উল্লেখ্য যে ভাৰতবৰ্ষত বৰ্তমানলৈকে ৪লাখ ২৫হাজাৰ ১৯৫গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে আৰু তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে ৪৭কোটি ৮৫লাখ লোকক ভেক্‌চিন প্ৰদান কৰা হৈছে ৷ 

Your Comments