টকিঅ'ৰ পৰা সুখবৰ: পুৰুষ আৰু মহিলা হকী দল চেমিফাইনেলত

A

নিউজ ডেস্ক :

টকিঅ' অলিম্পিকত ভাৰতীয় মহিলা আৰু পুৰুষ হকী দলৰ জয়যাত্ৰা অব্যাহত।মহিলা হকী দলটোৱে চেমিফাইনেলত প্ৰৱেশ কৰিছে।প্ৰথমবাৰ ভাৰতীয় মহিলা হকী দলে চেমিফাইনেলত প্ৰৱেশ কৰিছে অলিম্পিকত।

উল্লেখ্য  যে তিনিবাৰ অলিম্পিকৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ।

১-০ ব্যৱধানত ৰোমাঞ্চকৰ বিজয় মহিলা হকী দলৰ।

আনহাতে পুৰুষৰ হকী দলটোৱেও সুদীৰ্ঘ ৪১বছৰৰ পাছত অলিম্পিক চেমিফাইনেলত প্ৰৱেশ কৰিছে।চেমিফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে মঙলবাৰে অৱতীৰ্ন হ'ব দলটো।B

Your Comments