“মহানগৰীৰ এক বিশেষ স্থানত সন্তৰ্পণে সাজি থকা হৈছে এখন ধোঁৱাচাং” : কি এই ধোঁৱাচাং?

ধোঁৱাচাং

যোৱা কেইদিন মানৰপৰা প্ৰায় চান্দমাৰীৰপৰা দীঘলীপুখুৰীৰ ওচৰলৈ দেখিবলৈ পোৱা গৈছে এখন বগা পোষ্টাৰ, য’ত ৰঙা আখৰেৰে লিখা আছে এটা শাৰী ৷ সেই শাৰী কেইটা হৈছে “মহানগৰীৰ এক বিশেষ স্থানত সন্তৰ্পণে সাজি থকা হৈছে এখন ধোঁৱাচাং” ৷ কিন্তু কি এই ধোঁৱাচাং?

সাধাৰণত অৰ্থত গাওঁ অঞ্চলত জুহালৰ ওপৰতবান্ধি দিয়া চাংখনক ধোঁৱাচাং বুলি কোৱা হয়, য’ত খাদ্যবস্তু বা খৰি আদি জুইৰ ধোঁৱাৰে শুকুওৱা হয় ৷ কিন্তু পোষ্টাৰ খনত লিখা থকা এই ধোঁৱাচাং কি প্ৰকৃততে? আছে নেকি এই “ধোঁৱাচাং”ৰ অন্তৰালত কিবা অন্য ৰহস্য?

Your Comments