কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনাৰ

A

Bনিউজ ডেস্ক :

টকিঅ' অলিম্পিকত উজলিছে অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ।

মঙলবাৰে প্ৰি-কোৱাৰ্টাৰত ৩-২ ব্যৱধানত জাৰ্মানীৰ প্ৰতিপক্ষক পৰাস্ত কৰিছে গোলাঘাটৰ কন্যা লাভলীনাই।

৬৯কেজি শাখাত বিশ্বৰ পঞ্চম স্থানত থকা জাৰ্মানীৰ নাদিন এপেট্ৰজক পৰাস্ত কৰিছে।

Your Comments