মেঘালয়ত ১২খনলৈ বৃদ্ধি জিলা : মইৰাংগক নতুন জিলা ঘোষণা

A

নিউজ ডেস্ক :
মেঘালয়ত জিলাৰ সংখ্যা বৃদ্ধি।মইৰাংগক নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে ।মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰিছে এই কথা।

উল্লেখ্য  যে , এই ঘোষণাৰ পাছতে ১২খনলৈ বৃদ্ধি পালে ৰাজ্যখনত জিলাৰ সংখ্যা।১৫ আগষ্টৰ পূৰ্বে সম্পূৰ্ণ জিলাৰ মৰ্যাদা লাভ কৰিব নতুন জিলাখনে।

Your Comments