অসম আৰক্ষীত বৃহৎ ৰদ-বদল : ১৯৩ খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ অসম আৰক্ষীত বৃহৎ ৰদ-বদল। একেদিনাই ১৯৩খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি।

উল্লেখ্য  যে, অসম আৰক্ষীত প্ৰথম বাৰৰ বাবে ১৯৩গৰাকী বিষয়াক একেদিনাই বদলি কৰিছে নতুন চৰকাৰখনে।

গুৰুত্বপূৰ্ণ কথা নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ লৈয়ে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা জিলা পৰ্যায়ৰ বিষয়া সকলক বদলি কৰিছিল।একে পদ্ধতিৰে থানা পৰ্যায়ত কৰা হৈছে ৰদ-বদল।

Your Comments