কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হ’ল পদত্যাগী বিধায়ক ৰূপজ্যোতি কুর্মীক। কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰাৰ পূৰ্বে জ্যেষ্ঠ বিধায়ক কুর্মীক প্ৰদেশ কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰ কৰে।
উল্লেখ্য দল বিৰোধী কাৰ্যত জড়িত থকাৰ গুৰুতৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰা হয় মৰিয়নিৰ চাৰিবাৰৰ বিধায়ক গৰাকীক।
আনহাতে শুক্ৰবাৰে বিধায়ক পদ ত্যাগ কৰা কুর্মীয়ে সোমবাৰে যোগ দিব বিজেপিত। কংগ্ৰেছ দলৰ পৰা বিধায়ক কুর্মীয়ে বিচৰা কোনো পদ নোপোৱাৰ ক্ষোভতে ত্যাগ কৰে দল।
- Log in to post comments
- 24 views