কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে।
শুক্ৰবাৰে গুৱাহাটীত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা।উল্লেখ্য বিজেপিত যোগদান কৰি বিধায়কৰ পদ ত্যাগ কৰিব কুৰ্মীয়ে। পুনৰ বিজেপিৰ পৰা উপ-নিৰ্বাচন খেলিব কুৰ্মীয়ে।
উল্লেখ্য কংগ্ৰেছ দলৰ শীর্ষ নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট বিধায়কজনে ত্যাগ কৰিব কংগ্ৰেছ। গুৰুত্বপূৰ্ণ কথা চতুৰ্থবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কুর্মী।
- Log in to post comments
- 21 views