এক শক্তিশালী ভূমিকম্পই পুৱাই জোকাৰি গল সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীকো । পুৱা ১০.২১ বজাত অহা এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল কোকৰাঝাৰৰ সাপতগ্ৰামৰ পৰা ৭ কিলোমিটাৰ উত্তৰৰ চিথিলাগ্রামত । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জিঅ'লজিকেল ছাৰ্ভেই প্ৰকাশ কৰা মতে ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৩ । বৰ্তমানলৈকে কোনো ঠাইৰ পৰা ক্ষয়-ক্ষতিৰ খবৰ অহা নাই ৷
- Log in to post comments
- 4 views