অসম বিধানসভাৰ পঞ্চদশ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল বিশ্বজিৎ দৈমাৰী। উল্লেখ্য যে, পানেৰী সমষ্টিৰ বিধায়ক দৈমাৰী। আনহাতে, বিপিএফৰ প্ৰাক্তন ৰাজ্য সভা সাংসদ আছিল দৈমাৰী।
যোৱা বিধানসভা নির্বাচনৰ প্ৰাক্ ক্ষণত বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিল দৈমাৰীয়ে ৷ বিজেপি দলৰ হৈ পানেৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল দৈমাৰী।
- Log in to post comments
- 7 views