ৰহাত ভাৰত গৌৰৱ হিমাক উষ্ম আদৰণি

ৰহাত ভাৰত গৌৰৱ হিমাক উষ্ম আদৰণি

প্ৰতিকূল বতৰকো নেওচি ৰহা নতুন চাৰিআলিত বিভিন্ন দল-সংগঠনৰ শতাধিক লোক তথা ৰাইজে উষ্ম অভিনন্দন জ্ঞাপন কৰে 'উৰন্ত অসমীয়া' হিমাক ।

হিমা ৰউপস্থিতিত আজি এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয় ৰহাত ।

ৰহাত ভাৰত গৌৰৱ হিমাক উষ্ম আদৰণি

ঠেকেৰাগুৰিৰ পৰা ৰহালৈ আদৰি অনা হয় হিমাক ।

ঠেকেৰাগুৰিত নগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই আদৰণি জনায় হিমাক ।

ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা শাখা সাহিত্য সভা, যুৱ-ছাত্ৰ পৰিষদ আদিয়ে হিমাক অভিনন্দন জ্ঞাপন কৰে ।

Your Comments