পুনৰ অশান্ত ইজৰাইল-পেলেষ্টাইন

ইজৰাইল-পেলেষ্টাইন

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত পৰিৱেশ পুনৰ অধিক অশান্ত হৈ পৰিছে ৷ মঙ্গলবাৰে গাজাত থকা পেলেষ্টাইনী সেনা বাহিনীয়ে ইজৰাইললৈ শতাধিক ৰকেট নিক্ষেপ কৰে ৷

এই আক্ৰমণৰ ফলস্বৰূপে ইজৰাইলেও এয়াৰষ্ট্ৰাইক চলাইছে উপকূলীয় অঞ্চলত ৷ ফলত জেৰুজালেমৰ বাহিৰেও বহু চহৰ নগৰলৈ অশান্তি বিয়পি পৰিছে ৷

Your Comments