কেবিনেট মন্ত্ৰী সকলক লগত লৈ মুখ্যমন্ত্ৰী ড° হিমন্তই দেখা কৰিলে সৰ্বানন্দ সোনোৱালক

Himanta at Sonowal's place

আজি পুৱা নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকলো কেবিনেট মন্ত্ৰীক লগত লৈ সৰ্বানন্দ সোনোৱালৰ বাসগৃহত সোনোৱালক লগ কৰে তেওঁৰ আশীৰ্বাদ আৰু পথ-প্ৰদৰ্শনৰ কামনাৰে ৷

Himanta's tweet

শৰ্মাই টুইট যোগে এই কথা প্ৰকাশ কৰাৰ লগতে কয় যে সোনোৱালে তেওঁলোকক প্ৰত্যেককে যথেষ্ট মূল্যবান পৰামৰ্শও প্ৰদান কৰে ৷

Your Comments