কাৰ ভুলৰ বাবে মালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা বিভাগৰ হাজাৰ টকীয়া স্কুতি পৰি ৰৈছে হাবিৰ মাজত !

Assam Govt.Scooty

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ ছাত্ৰীৰ বাবে অসম চৰকাৰে ক্ৰয় কৰা বহু হাজাৰ টকীয়া স্কুটি বৰ্তমান পৰি আছে মালিগাঁৱত। মালিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত ক্ৰয় কৰা ভাগেই পৰি ৰৈছে স্কুতি সমূহ।

নির্বাচনৰ প্ৰাকমুহূৰ্তত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰীক ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে প্ৰদান কৰিছিল স্কুতি।

গুৰুত্বপূৰ্ণ কথা যে বিদ্যালয় খনৰ প্ৰাংগণত ছাত্ৰীৰ বাবে ক্ৰয় কৰা হাজাৰ টকীয়া প্ৰায় ১৫০খন স্কুতি হাবি- জংঘলৰ মাজত পোত গৈছে।

Your Comments