জয়ন্ত মল্ল বৰুৱাক বিজেপিৰ বিধায়িনী দলৰ দলপতি ৰাজনৈতিক সচিব নিযুক্তি

Jayanta Malla Baruah

জয়ন্ত মল্ল বৰুৱাক বিজেপিৰ বিধায়িনী দলৰ দলপতি ৰাজনৈতিক সচিব পদত নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিযুক্তি দিছে এই পদত।

উল্লেখ্য যে নলবাৰীৰ পৰা বিধায়ক হিচাপে এইবাৰ নিৰ্বাচিত হৈছে জয়ন্ত মল্ল বৰুৱা।

গুৰুত্বপূৰ্ণ কথা বৰুৱাই দল আৰু চৰকাৰৰ মাজত ৰাখিব লাগিব যোগসূত্ৰ।

Your Comments