ৰাজ্য চৰকাৰে আজি নতুনকৈ প্ৰকাশ কৰা অনুসৰি জৰুৰীকালীন স্থানসমূহ বাদ দি সকলো দোকান-বজাৰ ৬ বজাৰ লগে লগে বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ সেই অনুসৰি গুৱাহাটীত আজি দেখা গ’ল এই নিৰ্দেশ মানি সকলো দোকান-বজাৰ বন্ধ কৰা ৷
দোকান-বজাৰ সমূহ বন্ধ হৈ পৰাৰ বাবে ৬বজাৰ পিছত বাট-পথত মানুহৰ ভীৰো স্বাভাৱিকতেই কমি যায় ৷ বৰ্তমান এই নিৰ্দেশ ৩০ এপ্ৰিললৈকে ঘোষণা কৰা হৈছে ৷
- Log in to post comments
- 25 views