আজি দেশ জুৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি অত্যাধিক প্ৰয়োজনীয় বস্তুৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ৰাফেল বিমান ক্ৰয় কেলেংকাৰী প্ৰতিবাদ জনাই ১০ ঘন্টাৰ ভাৰত বন্ধ আহ্বান দিয়াৰ সময়তে আজিও দেশত বাঢ়িল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ'লত আজি বাঢ়িল ১.০২ টকা বিপৰীতে ডিজেলত বাঢ়িল ২৩ পইছাকৈ । আজি মহানগৰীত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮৩.৯১ টকা আৰু ৭৬.১৪ টকা ।
- Log in to post comments
- 38 views