ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি ক'ভিড আক্রান্তৰ সংখ্যা।আক্রান্তৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্য বিভাগক।স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগে ১০০ৰো অধিক আক্রান্তৰ সংখ্যা থকা জিলাসমূহত প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে।
পঞ্চম শ্রেণীলৈকে বিদ্যালয়সমূহ ৮মে' পৰ্যন্ত বন্ধ থাকিব।পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি উল্লেখ আছে নিৰ্দেশনাটোত।
- Log in to post comments
- 13 views