"পশ্চিমবংগত দিদি পৰাস্ত হোৱাতো নিশ্চিত হৈছে"-কোচবিহাৰত প্ৰধানমন্ত্ৰী মোডী

Modi

পশ্চিমবংগত আজি বিধানসভা নিৰ্বাচনৰ  তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে।সেই সময়তে মঙলবাৰে কোচবিহাৰত প্ৰচাৰ অভিযান চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মোডীয়ে কয়- "দিদি পৰাস্ত হোৱাতো নিশ্চিত হৈছে।প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দৰে তৃতীয় পৰ্যায়তো বিজেপিৰ লহৰ চলিছে।"

মোডীয়ে লগতে কয়-"যেতিয়া পশ্চিমবংগত বিজেপি চৰকাৰ গঠন হ'ব,বিকাশৰ অভিযান দ্রুততাৰে চলোৱা হ'ব।"

 

  

Your Comments