ক'ৰ'নাৰ পৰা আৰোগ্য লাভ কৰিলে জনপ্ৰিয় মডেল-অভিনেতা মিলিন্দ সোমনে

Pic

ক'ৰ'নাৰ পৰা আৰোগ্য লাভ কৰিলে জনপ্ৰিয় মডেল-অভিনেতা মিলিন্দ সোমনে।টুইটাৰত এই খবৰ জনালে সোমনে।উল্লেখ্য যে বৰ্তমান অক্ষয় কুমাৰ,ভূমি পেডনেকাৰ,সোনম কাপুৰকে ধৰি কেইবাগৰাকী বলীউডৰ শিল্পী মুম্বাইত ক'ৰ'না আক্রান্ত হৈছে।টুইটাৰত আৰোগ্য হোৱাৰ খবৰ দিয়াৰ লগতে পত্নী অসম-কন্যা অংকিতা কোঁঁৱৰকো শুশ্ৰূষাৰ বাবে ধন্যবাদ জনায় সোমনে।

Your Comments