দিল্লীত ক'ৰ'না সংক্ৰমণৰ চতুৰ্থটো লহৰ,কিন্তু মুখ্যমন্ত্ৰী কেজৰিৱালে ক'লে-'কোনো ধৰণৰ লকডাউন দিয়া নহয়'

দিল্লীত বৰ্তমান চলিছে ক'ৰ'নাৰ চতুৰ্থটো লহৰ।প্ৰতিদিনে বৃদ্ধি পাইছে সংক্ৰমিতৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ক'ৰ'না সংক্ৰমিত হয় ৩,৫৮৩ গৰাকী ব্যক্তি। কিন্তু সংক্ৰমণ বৃদ্ধি পালেও দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে মন্তব্য কৰিছে কোনো ধৰণৰ লকডাউন দিয়া নহয়।

Your Comments