নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী হিমন্ত বিশ্ব শৰ্মালৈ

Himanta biswa sarma

কোৱা হয় বোলে কথাতেই কটা যায়, কথাতেই বঁটা পায় ৷ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীক জেলত ভৰাব বুলি । হিমন্তৰ এনে মন্তব্যত কংগ্ৰেছে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ উত্থাপন কৰিছিল যে, হাগ্ৰামা মহিলাৰীক ভাবুকি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে। ২ এপ্ৰিলৰ ভিতৰত এই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিয়া হৈছে মন্ত্ৰী গৰাকীক ।

Your Comments