মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰেলাৰ পলক্কৰত বিজেপি প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়।নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ মাজত মেচ ফিক্সিং হৈছে।তেওঁলোকে কেৱল জনসাধাৰণৰ সম্মুখত দেখুৱাবৰ বাবে পৰস্পৰৰ ওপৰত বাক্যবাণেৰে আক্ৰমণ চলাই আছে।
- Log in to post comments
- 5 views