গুৱাহাটীৰ খাৰঘূলিৰ 'জাইকা' প্ৰকল্প পৰিদৰ্শন জাপানৰ ৰাষ্ট্ৰদূত সহিতে কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰৰ 

Pic

গুৱাহাটীৰ খাৰঘূলিৰ 'জাইকা'ৰ পানী যোগান প্ৰকল্প পৰিদৰ্শন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে জাপানৰ ৰাষ্ট্ৰদূত চাট'জী চুজুকীও উপস্থিত থাকে।

গুৱাহাটীৰ জনতাৰ পানী যোগানৰ সমস্যা সমাধান কৰা অভিলাষী প্ৰকল্পটোৰ মূল লক্ষ্য।

উল্লেখ যে ২০১১ চনতে কাম আৰম্ভ হৈছিল প্ৰকল্পটোৰ।শেহতীয়াভাৱে তিনিবছৰ ধৰি জাইকাই প্ৰকল্পটোৰ কাম চলাই আছে।

প্ৰকল্পটোৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ সৈতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য প্ৰকল্প প্ৰদৰ্শনত উপস্থিত আছে।

Your Comments