বিহাৰত মুছলিম ভোট বিভক্ত হোৱাটোয়ে যথেষ্ট ক্ষতি কৰিলে আৰজেডিৰ

RJD

বিহাৰত মুছলিম ভোট বিভক্ত হোৱাটোয়ে ২০২০ৰ বিধানসভা নিৰ্বাচনত যথেষ্ট ক্ষতি  কৰিলে আৰজেডিৰ।বিগত নিৰ্বাচনসমূহত মূলতঃ আৰজেডিক ভোট দি অহা মুছলমান লোকসকলৰ বহুতে ভোট দিলে অছাদুদ্দিন অৱেছীৰ এআইএমআইএম, মায়াৱতীৰ বিএছপিক।আনকি,এআইএমআইএমে দখল কৰিলে পূৰ্বে আৰজেডি শক্তিশালী স্থিতিত থকা পাঁঁচখনকৈ আসন।

Your Comments