
ক'ৰ'না সংক্ৰমণত বিপুলসংখ্যক লোকৰ প্ৰাণহানি হোৱা ব্ৰাজিলক ৫ কোটি ক'ৰ'না প্ৰতিৰোধী ভেকচিন যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাছিয়াই।অহা নৱেম্বৰ মাহত এই ভেকচিনসমূহ ব্ৰাজিললৈ প্ৰেৰণ কৰা হ'ব।উল্লেখ্য যে ৰাছিয়াই উৎপাদন কৰা ভেকচিনটোৰ নাম Sputnik-V।ব্ৰাজিলত বৰ্তমানলৈ ১,৩১,২৭৪ জন লোকৰ ক'ভিড ১৯ আক্ৰান্ত হৈ মৃত্যু হৈছে।
- Log in to post comments
- 25 views