ৰহাৰ পৰা গ্ৰেপ্তাৰ শিশু নিৰ্যাতনত অভিযুক্ত ড: মিতালী কোঁৱৰ আৰু ডাঃ সিদ্ধিপ্ৰসাদ দেউৰীক।ডিব্ৰুগড় আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ঘটনাত জড়িত দুই মূল অভিযুক্তক।
উল্লেখ যে যোৱা ২৭ আগষ্টত দম্পতীদ্বয়ে তেওঁলোকৰ বাসগৃহত বনকৰা ১২ বছৰীয়া এটা শিশুৰ দেহত গৰম পানী ঢালি নিৰ্যাতন চলাইছিল।তাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল দুয়ো অভিযুক্ত।সমগ্ৰ ৰাজ্যজুৰি দুই অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী উঠিছিল।
গুৰুত্বপূৰ্ণ যে ডক্টৰ মিতালী কোঁৱৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা আছিল।
- Log in to post comments
- 39 views