সত্ৰীয়া সাজ,মূৰত জনগোষ্ঠীয় পাগুৰীৰে ব্যতিক্ৰমী ৰূপত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট দাখিল

Pic

ব্যতিক্ৰমী ৰূপত ২০২০-২১ বৰ্ষৰ বাজেট উত্থাপন কৰিলে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।সত্ৰীয়া সাজ পৰিধান কৰিছিল বিত্তমন্ত্ৰীয়ে।মূৰত জনগোষ্ঠীয় পাগুৰী।বাজেট পাঠ কৰোঁতে শ্লোক,কবিতাও পাঠ কৰে বিত্তমন্ত্ৰীয়ে।২০২১বৰ্ষৰ বিধানসভা নিৰ্বাচনকেন্দ্ৰিক বাজেট হিচাপে চিহ্নিত হ'ল বাজেটখন।সমাজৰ প্ৰতিটো বৰ্গকে সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰা হ'ল বাজেটখনত।

Your Comments