মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল : ছেবাৰ অধ্যক্ষ

Seba

নিউজ ডেস্ক :
সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ সময় নিৰ্ধাৰণ কৰিছে ছেৱাই।ছেবাৰ অধ্যক্ষই এই সন্দৰ্ভত সদৰী কৰা অনুসৰি মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল।

উল্লেখ যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হৈছিল মুঠ ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাথী।সৰ্বমুঠ ৭১৯পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হোৱা এইবাৰৰ  পৰীক্ষা সম্পূৰ্ণ সুচাৰুপে অনুষ্ঠিত হোৱা বুলিও দাবী কৰিছে ছেবাৰ অধ্যক্ষ গৰাকীয়ে।

Your Comments