ৰাজ্য চৰকাৰে বন্ধ কৰিব মাদ্ৰাছা,হাইমাদ্ৰাছা,সংস্কৃত টোলসমূহ।উল্লিখিত ধৰ্মীয় শিক্ষাৰ প্ৰতিষ্ঠানসমূহক সাধাৰণ হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুললৈ ৰূপান্তৰ কৰা হ'ব।ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰিছে স্বাস্থ্য,শিক্ষা,বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।তেওঁ লগতে মন্তব্য কৰে যে চৰকাৰৰে ধনেৰে ধৰ্মগ্ৰন্থৰ শিক্ষা প্ৰদান কৰা নহ'ব।
- Log in to post comments
- 25 views