নিউজ ডেস্ক February 11 / 2020 দিল্লীত বিপুল সংখ্যাগৰিষ্ঠতাৰে আম আদমী পাৰ্টীয়ে চৰকাৰে গঠন কৰাটো নিশ্চিত।বৰ্তমানলৈ 'আপ' ৬২ খন(জয় আৰু অগ্ৰগতি)ত আৰু বিজেপি ৮ খনত আগবাঢ়ি আছে।কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন আগবঢ়াই পুনৰ দিল্লীত শূন্যক আঁকোৱালি লৈছে। Log in to post comments13 views