আজিৰে পৰা গোলাঘাট জিলাৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত কাজিৰঙা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন।নাম-প্ৰসংগৰ লগতে জিকিৰৰ ধ্বনিৰে মুখৰিত হৈছে অধিৱেশনথলী।এইদৰে,অধিৱেশনথলীৰ পৰা অসমৰ জন-জীৱনলৈ গৈছে সমন্বয়ৰ মূল্যৱান বাৰ্তা।চাৰিদিনীয়া অধিৱেশনত ৩০ লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে।
- Log in to post comments
- 7 views