ছুপাৰ অভাৰত ৰোহিত শৰ্মাৰ দুটা ছিক্সাৰৰ জড়িয়তে নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ তৃতীয়খন 'টী-২০'ত জয়লাভ

Pic

ছুপাৰ অভাৰত ৰোহিত শৰ্মাৰ উপৰ্যুপৰি দুটা ছিক্সাৰৰ জড়িয়তে ভাৰতে বুধবাৰে জয়লাভ কৰিলে নিউজীলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন 'টী-২০'।উল্লেখযোগ্য যে নিৰ্ধাৰিত অভাৰত দুয়োটা দলে ১৭৯ ৰাণকৈ কৰাত মেচখন টাই হৈছিল।ছুপাৰ অভাৰত নিউজীলেণ্ডে ১৭ ৰাণ কৰাৰ পিছত ভাৰতে ৰোহিতৰ দুটা ছিক্সাৰৰ জড়িয়তে লক্ষ্য অতিক্ৰম কৰে।এই জয়ৰ জড়িয়তে ভাৰতে ৫ খন মেছৰ শৃংখলাত ব্যৱধান ৩-০ কৰি শৃংখলা জয় নিশ্চিত কৰে।

Your Comments