ওৰাঙত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৮ জনকৈ লোক।তেজপুৰৰ পৰা বাইহাটা চাৰিআলিলৈ বিয়া খাবলৈ আহি ওভতি যোৱাৰ পথত গেলাবিলত দুৰ্ঘটনাত পতিত হয় বিবাহযাত্ৰীৰ AS–12B–2022 নম্বৰৰ আৰ্টিগা গাড়ীখন।পূৰ্বে সংঘটিত হোৱা আন এটা দুৰ্ঘটনাৰ বাবে ঘাইপথত ৰৈ থকা এখন ট্ৰাকত আৰ্টিগা গাড়ীখনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
- Log in to post comments
- 16 views