গোলাঘাট :
কিছু সময় পূৰ্বে গোলাঘাট জিলা ক্ৰীড়া বিষয়া মনোৰমা দাসক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে , নগদ ৩০ হাজাৰ টকা ঘোচ লৈ থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে ধৰা পৰে মহিলা বিষয়া গৰাকী। বাতৰি লিখাৰ পৰলৈ সবিশেষ জানিব পৰা হোৱা নাই।
- Log in to post comments
- 8 views