প্ৰিয়ংকা গান্ধীক কংগ্ৰেছ অধ্যক্ষ পদত অধিষ্ঠিত কৰাৰ পক্ষত 'বিহাৰী বাবু'

priyanka

কংগ্ৰেছৰ অধ্যক্ষ কোন হ'ব,সেই লৈ দলটোৰ ভিতৰত ব্যাপক চৰ্চা চলি আছে।তেনে সময়তে বিজেপিৰ পৰা কংগ্ৰেছলৈ যোৱা শত্ৰুঘ্ন সিনহাই প্ৰিয়ংকা গান্ধীক অধ্যক্ষ পদত অধিষ্ঠিত কৰাৰ পক্ষত মত ব্যক্ত কৰিছে।সিনহাই প্ৰিয়ংকাক গতিশীল,শক্তিশালী নেত্ৰী হিচাপে আখ্যা দিছে।

satru

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ গণহত্যাৰ  প্ৰতিবাদত কংগ্ৰেছ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ সক্ৰিয় ভূমিকাৰো শলাগ লয় 'বিহাৰী বাবু' শত্ৰুঘ্ন সিনহাই।

 

Your Comments