দৰ্শকে আদৰি লৈছে ঋত্বিক ৰোচন অভিনীত 'ছুপাৰ-৩০'।'কুইন'খ্যাত বিকাশ বেহেলে পৰিচালনা কৰা ছবিখনে মুক্তিৰ সাতদিনলৈকে প্ৰায় ৭৫ কোটি টকা উপাৰ্জন কৰিছে।
বিহাৰৰ শিক্ষক আনন্দ কুমাৰে বিশেষ প্ৰশিক্ষণেৰে দৰিদ্ৰ বৰ্গৰ বিদ্যাৰ্থীক আইআইটিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ সমৰ্থৱান কৰি তোলাৰ কাহিনী 'ছুপাৰ-৩০'।শিক্ষাকেন্দ্ৰিক মহান বাৰ্তাৰ বাবে ছবিখনক বিহাৰ আৰু ৰাজস্থানত কৰমুক্ত ঘোষণা কৰা হৈছে।
- Log in to post comments
- 5 views