নিউজ ডেস্ক:
যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ সোমবাৰে ১৩ গৰাকী যাত্ৰীসহ উৰা মৰাৰ কিছু সময়ৰ পিছতেই সন্ধানহীন হৈ পৰিছিল ভাৰতীয় বায়ুসেনাৰ 'এ এন ৩২' বিমানখন।বিমানখনৰ সন্ধানত অৰুণাচল প্ৰদেশত মঙলবাৰেও অব্যাহত আছে অভিযান।
আইটিবিপি,অৰুণাচলৰ প্ৰশাসনৰ সহযোগত বায়ুসেনাই অভিযান অব্যাহত ৰাখিছে।৪ খন হেলিকপ্টাৰৰ জৰিয়তে পশ্চিম চিয়াং জিলাত বায়ুসেনাই সন্ধান অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments
- 6 views