শুকুৰবাৰে মুক্তি লাভ কৰা ওমং কাপুৰ পৰিচলিত ছবি 'পিএম নৰেন্দ্ৰ মোডী'য়ে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে।
অভিনেতা বিবেক অ'বেৰয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰিত্ৰ ৰূপায়ণ কৰা ছবিখনে মুক্তিৰ দিনা চিত্ৰগৃহত ৫ কোটি টকা উপাৰ্জন কৰে।ছবিখনে দেশজুৰি চলি থকা মোডী লহৰৰ সুবিধা লাভ কৰিছে বুলি কোৱা হৈছে।ছবিখনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চাহ বিক্রেতাৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ যাত্ৰাটোক প্ৰদৰ্শন কৰা হৈছে।
- Log in to post comments
- 10 views