হাজোৰ গাওঁবুঢ়া পাম চৰত গৌৰা মাছ উদ্ধাৰ

hajo

হাজোৰ পৰা কমলাকান্ত দাস

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ  গাওঁবুঢ়া পাম চৰৰ নদীত আজি এটা বিৰল প্ৰজাতিৰ গৌৰা মাছ উদ্ধাৰ কৰে।হাজোৰ গাওঁবুঢ়া পামৰ দুজন মাছ মৰীয়াই  দুপৰীয়া নদীত বৰশী বাই থাকোতে বৰশীত মাছটো লাগি ধৰে। পাছত মাছমৰীয়া দুজনে গৌৰা মাছটো পাৰলৈ তুলি আনে।hajo2

বিৰল প্ৰজাতিৰ গৌৰা মাছটো চাবলৈ ৰাইজে ভিৰ কৰে।পাছত গৌৰা মাছটো নদীত এৰি দিয়ে।

Your Comments